Class 10 Assamese Chapter 1 Answer - বৰগীত | Preparation Assam

Find SEBA Class 10 Assamese Chapter 1 – “বৰগীত (Borgeet)” Short & Long Question Answers, Summary (মূলভাব), MCQs, and explanations on Preparation Assam. এই অধ্যায়টোৰ সকলো প্ৰশ্নোত্তৰ, মূলভাব আৰু MCQs Preparation Assam ৰ পৰা সহজ ভাষাত লাভ কৰিব পাৰিবা — পৰীক্ষাৰ বাবে অতি সহায়ক।

বৰগীত - শ্ৰীশ্ৰীমাধৱদেৱ

পাঠ্যপুথিৰ প্ৰশ্নোত্তৰ ভাব-বিষয়ক:
১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া:
(ক) "....... নেৰিবা বান্ধৱ মোক জীৱনে মৰণে।” -কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে?
উত্তৰ:- কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে হৰিক অনুৰোধ কৰিছে।

(খ) 'সনক সনন্দ যোগী যাহাকু ধিয়ায়।' -সনক, সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে?
উত্তৰ:- কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে হৰিক অনুৰোধ কৰিছে।

(গ) কবি কিহত আতুৰ হোৱা বুলি কৈছে?
উত্তৰ:- কবি সাংসাৰিক দুখ, বিষয় বাসনাত আতুৰ হোৱা বুলি  কৈছে।

(ঘ) তোমাৰ পাঠ্য বৰগীতটি কোনে ৰচনা কৰা?
উত্তৰ:- বৰগীতটি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা ।

(ঙ) বৰগীতটি কি ৰাগত বন্ধা আছে?
উত্তৰ:- বৰগীতটি বসন্ত ৰাগত বন্ধা আছে।

(চ) কবিয়ে 'বান্ধৱ' বুলি কাক সম্বোধন কৰিছে?
উত্তৰ:-  কবিয়ে হৰিক ‘বান্ধৱ’ বুলি সম্বোধন কৰিছে।

(ছ) 'মোহ-পাশ' মানে কি?
উত্তৰ:- ‘মোহ-পাশ” মানে মায়াৰ বান্ধোন অৰ্থাৎ  আকাংক্ষা, জাগতিক লোভ আদি মায়াজালৰ বন্ধন। 

Class 10 Assamese Chapter 1 - বৰগীত

Class 10 Assamese Chapter 1 - বৰগীত
Link
Assamese All Subject Click Here
Download বৰগীত Book PDFClick Here
MCQs  Mock Tests / Online ExamClick Here
Previous Year Question PapersClick Here
২। বৰগীতটিৰ মূলভাৱ লিখা।

৩। বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া।

৪। ব্যাখ্যা কৰা:
(ক) সহস্র বয়নে যাৰ নপাৱন্ত সীমা। 
অধমে জানিবো কেনে তোমাৰ মহিমা।

(খ) আতুৰ ভৈলোহো হৰি বিষয় বিকলে।
কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে।

(গ) তোমাৰ চৰণ দুই মোৰ মহা ধন। 
ভকত জনেৰ নিজ তুমিসে জীৱন।

৫। 'সনক সনন্দ যোগী যাহাকু ধিয়ায় সকল নিগমে যাক বিচাৰি নপায়।' -তাৎপর্য বিচাৰ কৰা।

৬। বৰগীতৰ চাৰিটা লক্ষণৰ বিষয়ে লিখা।

ভাষা-বিষয়ক:

১। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা: নপাৱন্ত, কেনে, ভৈলোহো, তুমিসে, জনেৰ, কহয়।

২। ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।




Post a Comment

0 Comments